Sunday, March 20, 2016

॥ ছবি॥

মোৰ হৃদয়ত সছা এখন
ছবি আকিঁছো। মৰমত
সাছিঁ থৈছো বুকুৰ
মাজত অযুত হেপাহত ,
এই ছবিত আছে তোমাৰ মোৰ
মাজত হোৱা
হাঁহি ধেমালিবোৰ কল্পনাত
আশা কৰা সপোনবোৰ
বালিত আমি দুয়োটাই
সজিম বুলি থোৱা সপোনৰ ঘৰটি ,আৰু বহু কিবাকিবি । কেতিয়াবা মনত ভাবো বালিঘৰটি সজা,এখন সুখৰ সংসাৰ কৰাৰ ছবি অকা...
এয়াই
জানো আমাৰ সপোন
নহয় । নে দুচকুত দেখা মোৰ এই সপোনবোৰ হেপাহ অকা ছবিবোৰ মনতে মুচি নোহোৱা হব.. ?? মোৰ এই সপোনত তোমাৰ বৰ পয়োজন হব ....লগ দিবানে মোৰ ???

By - Gokul

Share: