Showing posts with label Lyric. Show all posts
Showing posts with label Lyric. Show all posts

Wednesday, June 6, 2012

Mon Jai Assamese Movies Songs Lyrics

Song from the Assamese movie Mon Jai
Singer, music composer: Zubeen Garg
Lyrics: Diganta Bharati
Actors: Zubeen Garg, Nishita Goswami
Director: Moirangthem Maniram
------------------------

মন যায় মোৰো মন যায়
চকুত চকু থৈ চাবলে
লাহে লাহে ওচৰ পাবলে
কাষে কাষে খোজ দিবলে
মন যায় মোৰো মন যায়
চকুত চকু থব মন যায়

তোমাক দেখা পালে সপোন জাগি উঠে
বুকু খণি হয় তাজমহল
মন নদি হৈ মৰম সূঁতি বয়
ঢৌ বোৰো তাত হয় সাঁথৰ
সমুখত যেতিয়া তোমাক দেখো
যাযাবৰ অভিমান মুঠিতে ৰাখো
মন যায় মন যায় মন যায়
ৰাৰাৰিৰিৰিৰি ৰাৰিৰি
মন যায় মোৰো মন যায়

মোৰ বুলিবলে আছেহি বুকুত
মৌ মিঠা তোমাৰে অনুভৱ
ভয় লাগে জানা কথাৰে কবলে
নাম দিয়া জানোচা সিঁহৰণ
কবানে কিয় এনে ভাল লগা
অসহায় অসহায় নিৰবতা
মন যায় মন যায় মন যায়
ৰাৰাৰিৰিৰিৰি ৰাৰিৰি
মন যায় মন যায় মন যায়
চকুত চকু থব মন যায়

উদাসি উদাসি গধুৰ পলকতে
জুৰ সপোন আহি বহে
চুবুৰীয়া বহু শিঁহৰণে আহি
মোক অকলশৰীয়া কৰে
মোৰ খোজৰ বাতত ছাঁয়া নামে
তুমি পোহৰ দিয়া সাহ নো বাঢ়ে
মন যায় মন যায় মন যায়
ৰাৰাৰিৰিৰিৰি ৰাৰিৰি
মন যায় মোৰো মন যায়

আৰু কিছুবেলি দেখা দিবা নেকি
তোমাক চোৱাৰ বতৰ এয়া
হিৃদয়ৰে বাকি তেজ সিঁচি সিঁচি
তোমাক ভবাৰ বতৰ এয়া
দুচকুৰে আহা সুৰে হাহে
পাৰ হৈ আতৰা কাঁইটে খোছে
মন যায় মন যায় মন যায়
ৰাৰাৰিৰিৰিৰি ৰাৰিৰি
মন যায় মন যায় মন যায়
চকুত চকু থব মন যায়

টুকুৰা টুকুৰা ভাঙি গুড়ি হোৱা
মনতোক কিদৰে জোৰা দিওঁ
খেলিমেলি বোৰে ধুই শেতা কৰা
বুকুত কিহৰেনো ৰং সানো
বেদনা বেদনা মোৰ ভাল পোৱা
তোমাক হেৰুৱাই পাথৰ হিয়া
মন যায় মন যায় মন যায়
ৰাৰাৰিৰিৰিৰি ৰাৰিৰি
মন যায় মোৰো মন যায়

সুখী হৈয়েই ৰোৱা ময় অবিহনে
এইয়া মোৰে শুভকামনা
লাহে লাহে আতৰাই আনি ললো
ময় মোক তোমাৰ পৰা
কিনো হল সপোন সপোনেই ৰল
সাধনা আজি যে আধৰুৱা হল
মন যায় মন যায় মন যায়
ৰাৰাৰিৰিৰিৰি ৰাৰিৰি
মন যায় মন যায় মন যায়
চকুত চকু থব মন যায়
--------
Share: