Saturday, December 24, 2016

অ' মিনিমি অ' মিনিমি

অ' মিনিমি অ' মিনিমি
নপঢ় তই কিয়?
Jioই যে free net দিছে
মইনো পঢ়িম কিয়(?)
ঐ Jio ঐ Jio
Free net দিছ কিয়?
আম্বানীৰ যে পইচা বাঢ়িছে
মইনো নিদিম কিয়(?)
আম্বানী খুৰা আম্বানী খুৰা
পইচা বাঢ়িছে কিয়?
ভাৰতীয়বোৰক মুৰ্খ সজাইছো
পইচা নাবাঢ়িব কিয়(?)
মোৰ মৰমৰ দেশবাসীসকল
মুৰ্খ বনিছা কিয়?
Free net পালে গাধও বনিম
কাৰণ আমি ভাৰতীয় ।

By - Unknown
Share:

0 comments:

Post a Comment