Wednesday, August 29, 2012

এনেকৈয়ে

এদিন হঠাতে গোমা হ'ব আকাশ
দোপালপিটা বৰষুণ এজাক
লতা বগোৱাদি বগাব চৌপাশে
সপ্তাহটোলৈ নিটাল মাৰিব বেলি
এনেকৈয়ে কুঁৱলীত কঁপি-জপি
সৰাপাতৰ আলিয়েদি শীত আহিব নামি

Shared by - Nisha
--------
Share:

1 comments: