প্রতিশ্রুতিৰ পথাৰত
দস্তাবেজ লিখি
পাৰিম জানো
বিধাতাৰ অভিধান
সলনি কৰিবলৈ
কল্পনাৰ বুকুত
সপোনে পাহি মেলে
বাস্তবৰ বুকুত
হুংকাৰ কৰি
আতৰি যায়
হেৰাই যায়
পৰিভ্রমী পক্ষীৰ অস্তিত্ব
নদীৰ কোনো ঢৌত
ঠেকা খাই
আজিও গায়
দুটা প্রতিশ্রুতি পক্ষীৰ
বিষাদৰ গান !!
দস্তাবেজ লিখি
পাৰিম জানো
বিধাতাৰ অভিধান
সলনি কৰিবলৈ
কল্পনাৰ বুকুত
সপোনে পাহি মেলে
বাস্তবৰ বুকুত
হুংকাৰ কৰি
আতৰি যায়
হেৰাই যায়
পৰিভ্রমী পক্ষীৰ অস্তিত্ব
নদীৰ কোনো ঢৌত
ঠেকা খাই
আজিও গায়
দুটা প্রতিশ্রুতি পক্ষীৰ
বিষাদৰ গান !!
0 comments:
Post a Comment