Wednesday, August 29, 2012

মোৰ প্রেমৰ সোণালী সপোন


আজি আকৌ মনত পৰিল তোমালৈ
মনত পৰিল মোৰ প্রেমৰ সোণালী সপোন
ক'ত সূখী আছিলো তুমি কাষতে থকা বাবে
ক'ত সপোন ভাহি ফুৰিছিল মোৰ দুচকুত
এজাক নৃৰ্দয় ধূমুহাই নিমিখতে ভাঙি নিলে সমষস্ত সপোন
বুকুৰ উঠা নমা বাঢ়ি যায় জনা তুমালৈ মনত পৰিলে
মোৰ উতলা কলিজা খন লৈ আতৰি গলা তুমি
এবাৰো নাভাবিলা কি দৰে থাকিম মই তুমি অবিহনে
কিয় দিঠকত পৰিণত নহল
মোৰ প্রেমৰ সোণালী সপোন ।

Shared by - Arpon

Share:

0 comments:

Post a Comment