মোৰ সাধ্য নাই জানা
তোমাক একাজলি পানী দিবলৈ
মোক অভিশাপ নিদিবা
মই যে অসমর্থ,
কিমান সংগ্রাম কৰিম,
জীৱনৰ লগত,
ভোকবোৰৰ লগত,
প্রতি বাৰ হাৰ মানি যাওঁ !!
ঘাট-প্রতিঘাটৰ মাজতে
জীৱনৰ সৃষ্টি হয়,
যাত্রা আৰম্ভ হয় জীৱনৰ,
কিন্তু
ঘাট-প্রতিঘাটেটো জীৱন নহয়,
একাজলি পানী বিচাৰো
এবুকু অশ্রু ঢালি দিয়া,
অলপ শান্তি বিচাৰো
এজাক বিষাদ দিয়া,
বিলীন হৈ যায় জীৱনৰ শেষ আশাকনো !!
Shared by - Akash
--------
তোমাক একাজলি পানী দিবলৈ
মোক অভিশাপ নিদিবা
মই যে অসমর্থ,
কিমান সংগ্রাম কৰিম,
জীৱনৰ লগত,
ভোকবোৰৰ লগত,
প্রতি বাৰ হাৰ মানি যাওঁ !!
ঘাট-প্রতিঘাটৰ মাজতে
জীৱনৰ সৃষ্টি হয়,
যাত্রা আৰম্ভ হয় জীৱনৰ,
কিন্তু
ঘাট-প্রতিঘাটেটো জীৱন নহয়,
একাজলি পানী বিচাৰো
এবুকু অশ্রু ঢালি দিয়া,
অলপ শান্তি বিচাৰো
এজাক বিষাদ দিয়া,
বিলীন হৈ যায় জীৱনৰ শেষ আশাকনো !!
Shared by - Akash
--------
0 comments:
Post a Comment