কেতিয়া আহি নিশেষ কৰিবা
মোৰৰ হৃদয়ত ঠুপ খাই থকা বেদনা বোৰ
নে নিসংগতাৰে অতিবাহিত হব
মোৰ জীৱনৰ অন্তিম শয়ন
চিতাগ্নীত যেতিয়া জ্বলি নিশেষ হব মোৰ বেদনা বোৰ
তেতিয়া নকৰো আন কাৰোবাৰ আশা
পূৰি ছায় হব মোৰ মানবীয় দেহা
ৰৈ যাব কেৱল স্মৃতি আৰু স্মৃতি
Shared by - Arpon
0 comments:
Post a Comment