আজি তোমাৰ প্রেমৰ
মই ভূকাতুৰ তৃষ্ণা
তোমাৰ সপোন ৰাজ্যৰ
মই যেতিয়া কুৱৰী আছিলো
তোমাৰ ৰাজঅট্টালিকাত শুবলৈ
কুৱৰীৰ অভাব হৈছিল
কাৰণ
তেতিয়া মই তোমাৰ
নিষ্ঠুৰ প্রেয়সী,
আজি আকৌ সুধিছা
মোৰ খবৰ কেনে
তুমিয়েই কোরাছোন
এটা অশৰিৰী আত্মাৰ
মৃত্যুৰ পাছত
কি হব পাৰে
হয়তু সমাধি
কিন্তু
আত্মাৰ জানো সমাধি আছে ??
আজি মোৰ অনুভব
যৌবনৰ বুকুত
সপোনে পাহি মেলে
সময়ৰ বুকুত
হেৰাই যায়
ক'ব নোরাৰো
চঞ্চলতাৰ তীখ্নতাত
নে
বয়সৰ তীখ্নতাত,
মোৰ হৃদয়ৰ দুরাৰখন
আজিও খোলা আছে
যিদিনা তোমাৰ কোমল বুকু
আঘাত কৰি
বিদায় দিছিলো
মোৰ বুকুৰ কদমজোপাত বহি
নিশা আকৌ বাঁহী বজাবা
বাস্তবৰ উৰুখা পজাঁত
আমি বৈ যাম
চিৰদিন,অনন্তকাল
তোমাৰ বাহীৰ সুৰে সুৰে !!
Shared by - Akash
--------
মই ভূকাতুৰ তৃষ্ণা
তোমাৰ সপোন ৰাজ্যৰ
মই যেতিয়া কুৱৰী আছিলো
তোমাৰ ৰাজঅট্টালিকাত শুবলৈ
কুৱৰীৰ অভাব হৈছিল
কাৰণ
তেতিয়া মই তোমাৰ
নিষ্ঠুৰ প্রেয়সী,
আজি আকৌ সুধিছা
মোৰ খবৰ কেনে
তুমিয়েই কোরাছোন
এটা অশৰিৰী আত্মাৰ
মৃত্যুৰ পাছত
কি হব পাৰে
হয়তু সমাধি
কিন্তু
আত্মাৰ জানো সমাধি আছে ??
আজি মোৰ অনুভব
যৌবনৰ বুকুত
সপোনে পাহি মেলে
সময়ৰ বুকুত
হেৰাই যায়
ক'ব নোরাৰো
চঞ্চলতাৰ তীখ্নতাত
নে
বয়সৰ তীখ্নতাত,
মোৰ হৃদয়ৰ দুরাৰখন
আজিও খোলা আছে
যিদিনা তোমাৰ কোমল বুকু
আঘাত কৰি
বিদায় দিছিলো
মোৰ বুকুৰ কদমজোপাত বহি
নিশা আকৌ বাঁহী বজাবা
বাস্তবৰ উৰুখা পজাঁত
আমি বৈ যাম
চিৰদিন,অনন্তকাল
তোমাৰ বাহীৰ সুৰে সুৰে !!
Shared by - Akash
--------
0 comments:
Post a Comment