Tuesday, August 28, 2012

অবুজন মন

অবুজন মন মোৰ বোজাব নোৱাৰি
ঘনে ঘনে মনত পৰে GL তোমালৈ
আকৌ ওভতি আহিলো মই অভিমান সামৰি
তুমাৰ বুকুতে ওমলিম বুলি
কিযে মায়া আছে তুমাৰ বুকুত
একোকে বুজাব নোৱাৰিছো মই
তুমাৰ মৰমেই টানি আনিলে
মোৰ অবুজন মনক ।

Shared by - Arpon
--------
Share:

0 comments:

Post a Comment