Sunday, September 9, 2012

তুমি আকৌ আহিলা


অবাস্তব যেন লাগিলেওঁ সচাঁ
বিষাদ তুমি অকৌ আহিলা
কিমান ইতিহাষৰ পাত লুতিয়ালো
তোমাৰ ঠিকনা বিচাৰি নাপালো

কিন্তু আজি কিহৰ বাবে
ধৰা দিলা মোৰ দুচকুত
কণ্টকীয়া সান্তনা দিবলৈ

কিয় ?
কিয় খোমাইচা মোৰ বুকুত
চিৰ দিনৰ বাবে ।
Share:

0 comments:

Post a Comment