Sunday, December 25, 2016

PROGRAMME - HSLC/AHM Examination-2017

PROGRAMME - HSLC/AHM Examination-2017

Tags: HSLC 2017 Programme, AHM 2017 Programme, HSLC 2017 Results, SEBA Time Table, SEBA Results, SEBA Routine, HSLC 2017 Routine 

Share:

Saturday, December 24, 2016

Assamese Joke - Office secretary

অফিচৰ বচে চেক্রেটাৰি ৰুমীক
মাতি ক'লে, ''ৰুমী, এসপ্তাহৰবাবে
আমি দুয়ো চিংগাপুৰ যাম,
যাবানে ? খুউব এনজয় কৰিম... ব'লা ।''
ৰুমীয়ে লগে লগেই তাইৰ হাজবেণ্ড
প্ৰৱাললৈ ফ'ন কৰি ক'লে, ''প্ৰৱাল,
মই এসপ্তাহৰ বাবে অফিচৰ কামত
চিংগাপুৰলৈ যাব লাগিব, তুমি
ভালকৈ থাকিবা ।'' প্ৰৱালে লগে
লগেই তাৰ গার্লফ্রেণ্ড অনুলৈ ফ'ন
কৰি কলে, ''মোৰ পত্নী এসপ্তাহৰ
বাবে বাহিৰলৈ যাব, তুমি এসপ্তাহৰ
বাবে মোৰ কাষলৈ গুচি আহা, খুউব
এনজয় কৰিম... আহা ।'' অনুৱে লগে
লগেই তাইৰ ছাত্ৰী প্ৰভাক মাতি
ক'লে, ''মই এসপ্তাহৰ বাবে অলপ
বিজি থাকিম, তোমাৰ এই সপ্তাহ
ছুটি । তুমি ইনজয় কৰা।'' প্ৰভায়ে
লগে লগেই তাইৰ দেউতাকলৈ ফ'ন
কৰি ক'লে, ''দেউতা, কাইলৈৰ পৰা
মোৰ প্রাইভেট ক্লাছ সাতদিনৰ
বাবে বন্ধ... মই ঘৰত আহিম, তুমিও
কাইলৈ ঘৰতে থাকিবা ! তোমাৰ
লগত বহুত কথা আছে । আই ল'ভ ইউ
পাপা ।'' জীয়েকৰ ফ'ন পাই
দেউতাকে লগে লগেই অফিচৰ লেডি
চেক্ৰেটাৰিজনীক মাতি ক'লে,
''ৰুমী, হঠাৎ মোৰ বেলেগ এটা কাম
আহি গ'ল, চিংগাপুৰ যোৱা আৰু নহ'ব
। আমাৰ জাৰ্নি কেনচেল ।'' ৰুমীয়ে
লগে লগেই তাই হাজব্ৰেণ্ড
প্ৰৱাললৈ ফ'ন কৰিলে, ''মই ক'লেও
নাযাওঁ । চিংগাপুৰলৈ যোৱা
কেনচেল হৈছে। তুমি আৰু
অকলশলীয়া হৈ থাকিব নালাগে,
মই আহি আছোঁ ।'' প্ৰৱালে লগে
লগেই তাৰ গাৰ্লফ্ৰেণ্ড অনুলৈ ফ'ন
কৰি ক'লে, ''এই শুনা শুনা, মোৰ
পত্নী ক'লেও নাযায়, সেয়ে তুমি
আহিব নালাগে ।'' প্ৰৱালৰ কথা
শুনি অনুৱে তাইৰ ছাত্ৰী প্ৰভাক ফ'ন
কৰি ক'লে, ''মোৰ যিটো কাম
আছিল, সেইটো কাম অলপ পিছুৱাই
দিছোঁ । তুমি পুৱা সোণকালে
পঢ়িবলৈ আহি যাবা ।'' কথা শুনি
প্ৰভায়ে তৎক্ষণাত দেউতাকলৈ ফ'ন
কৰি ক'লে, ''দেউতা, মই কাইলৈ
আহিব নোৱাৰিম, কাৰণ মোৰ
প্রাইভেট মেডামে পুৱা
সোণকালেই মোক আহিব কৈছে ।
সন্মুসত পৰীক্ষা আছে, বহুত পঢ়িবলৈ
বাকী আছে । আই ল'ভ ইউ পাপা ।''
জীয়েকৰ কথা শুনি দেউতাকে লগে
লগেই অফিচৰ লেডি চেক্ৰেটাৰি
জনীক মাতি ক'লে, ''মোৰ যিটো
কাম আছিল সেইটো তোমাৰ বাবেই
কেনচেন কৰিছোঁ ! ব'লা, কাইলৈ
আমি দুয়ো চিংগাপুৰ যাম, তুমি
ৰেডী হৈ লোৱা, লেটচ এনজয় ।''
ৰুমীয়ে তাই হাচব্ৰেণ্ড প্ৰৱালক লগে
লগেই ফ'ন কৰিলে, ''হেল্ল' ''মই
কাইলৈ চিংগাপুৰ যাবই
লাগিব....'' ........ প্ৰৱাল ......... অনু,
.......... প্ৰভা .......... দেউতাক..........
ৰুমী ......... প্ৰৱাল ........... অনু ............
প্ৰভা .......... দেউতাক ...........
আপোনালোকেই কওকচোন সিহঁতৰ
বাৰু এনজয় কৰা হ'বগৈনে ?

Source: Unknown
Share:

অ' মিনিমি অ' মিনিমি

অ' মিনিমি অ' মিনিমি
নপঢ় তই কিয়?
Jioই যে free net দিছে
মইনো পঢ়িম কিয়(?)
ঐ Jio ঐ Jio
Free net দিছ কিয়?
আম্বানীৰ যে পইচা বাঢ়িছে
মইনো নিদিম কিয়(?)
আম্বানী খুৰা আম্বানী খুৰা
পইচা বাঢ়িছে কিয়?
ভাৰতীয়বোৰক মুৰ্খ সজাইছো
পইচা নাবাঢ়িব কিয়(?)
মোৰ মৰমৰ দেশবাসীসকল
মুৰ্খ বনিছা কিয়?
Free net পালে গাধও বনিম
কাৰণ আমি ভাৰতীয় ।

By - Unknown
Share:

Ami gaon or manuhok TV nibiku WhatsApp Videos 2017




Tags: WhatsApp Videos 2017, Assamese WhatsApp Video, Funny Video, Jokes, Comedy Video, WhatsApp Message
Share:

Thursday, December 1, 2016

Mukesh Ambani announce Jio Happy New Year Offer

Reliance Industries Chairman Mukesh Ambani has announced the new Reliance Jio Happy New Year Offer, which extends all the benefits of the introductory Welcome Offer till March 31, 2017. With the Jio Happy New Year Offer, customers will be able to use data, make calls, and access Jio's various services without having to pay anything under this offer for an additional three months.

Here is the all information about Happy New Year offer you might want to know
 What is Jio Happy New Year Offer ?
Jio is dedicated to provide the best customer and service experience to all its customers.

Because of inadequate availability of points of interconnect from other operators, we believe that we are yet to deliver on this promise.

But, with the imminent availability of sufficient points of interconnect from other operators, over the coming weeks, we are confident that Jio customers will be able to experience a flawless voice experience.

With this objective that every Indian can enjoy the true potential of Jio’s superior services almost 4 months till 31st March 2017, we are announcing Jio Happy New Year Offer.

What is the entitlement provided in Jio Happy New Year Offer ?

Jio Happy New Year Offer provides: Unlimited benefits of Voice, Data, Video Call, SMS and Jio Apps till 31st March 2017.


Which Jio Apps are a part of this Jio Happy New Year Offer?

Jio Suite of apps include:

• JioTV (Live TV, Catch up TV)

• JioCinema (Movies, Video on Demand)

• JioMusic (Music)

• JioMags (Magazine)

• JioNews (Newspaper)

• JioXpressNews (Newsfeed)

• JioCloud (Cloud) – 5 GB

• JioSecurity (Device Manager)

Do I need to buy a new Jio SIM?
If you are an existing customer, you do not need to buy a new Jio SIM. This offer will be automatically extended to you on 1st Jan 2017, when your existing Jio Welcome Offer expires.
In case you are not an existing Jio customer, you need to get a new Jio SIM by providing the coupon code generated on MyJio on your 4G-enabled device. Additionally, you can purchase a JioFi with a Jio SIM if you have a 2G/3G smartphone.

    Can I get 2 Jio SIMs (1 for Jio Welcome Offer and 1 for Jio Happy New Year Offer) on 1 4G device?

No. You are allowed to take only 1 Jio SIM per 4G device. In case you have already availed of a Jio SIM, you will automatically get the benefit of both offers on the same SIM and get free benefits till 31st March 2017.

  When will the Jio Happy New Year Offer start?

It starts on 4th Dec, 2016

Till when is the benefit of Jio Happy New Year Offer valid?

The benefits of this offer are valid till 31st March 2017

Will the existing Jio Welcome Offer expire on 3rd Dec?

No. If you are an existing Jio Welcome Offer customer, you will continue to get the benefits of the same until 31st Dec 2016.

From 1st Jan 2017, you will start enjoying the benefits of the Jio Happy New Year Offer.


Does the process to avail Jio Happy New Year Offer change or differ from Jio Welcome Offer?
The process to avail a Jio SIM under the new Jio Happy New Year Offer remains the same.

Please download MyJio app from the playstore on your 4G device, generate a coupon code and walk into any Jio retailer nearby with relevant documents.
Source: Jio.com
Share:

Sunday, March 20, 2016

॥ ছবি॥

মোৰ হৃদয়ত সছা এখন
ছবি আকিঁছো। মৰমত
সাছিঁ থৈছো বুকুৰ
মাজত অযুত হেপাহত ,
এই ছবিত আছে তোমাৰ মোৰ
মাজত হোৱা
হাঁহি ধেমালিবোৰ কল্পনাত
আশা কৰা সপোনবোৰ
বালিত আমি দুয়োটাই
সজিম বুলি থোৱা সপোনৰ ঘৰটি ,আৰু বহু কিবাকিবি । কেতিয়াবা মনত ভাবো বালিঘৰটি সজা,এখন সুখৰ সংসাৰ কৰাৰ ছবি অকা...
এয়াই
জানো আমাৰ সপোন
নহয় । নে দুচকুত দেখা মোৰ এই সপোনবোৰ হেপাহ অকা ছবিবোৰ মনতে মুচি নোহোৱা হব.. ?? মোৰ এই সপোনত তোমাৰ বৰ পয়োজন হব ....লগ দিবানে মোৰ ???

By - Gokul

Share:

Tuesday, December 10, 2013

I have a pen... you have a phone number. Think of the possibilities.

Boy : I have a pen... you have a
phone number. Think of the
possibilities.
.
.
.
.
.
.
.
.
.
.
.
.
.
Girl : I have a sandal.. you have a
face. Think of Casualties.
Share:

I’m not addicted to Facebook.I only use it when i have time

I’m not addicted to Facebook.I only use it when i have time
.
.
.
.
.
.
.
.
.
Lunch time,
Break time,
Bed time,
Off time,
This time,
That time,
Any time,
All the time
Share:

Nobody In The World Can

Nobody In The World Can
.
.
.
Stop U From Falling In Love....
.
.
.
.
But...???
.
.
.
2 Powerful Weapons Can Do That.
.
.
.
.
.
.
.
Mummy's Chappal
.
.
.
& Daddy's Belt
.
Exclusively Made In India
Share:

Chotu BLOOD Ke bare mein book parh raha tha...!!!

Chotu BLOOD Ke bare mein book parh raha
tha...!!!
.
.
.
. .
Motu: Aaj yeh book kyu parh raa hai?
.
.
.
. .
.
.
Chotu : Mujhe doctor ne kaha hai ke
kal mera BLOOD test hai iss liye test ki tayari kar
raha hoon...!!!
Share:

Sir :- Birbal Kaun Tha......??

Sir :- Birbal Kaun Tha......??
Student :-"Pata Nahi Sir"Sir :- "Padhaai Par
Dhyaan Doge ToNa Pata Chale". .
Student :-"Sir Pramod, Vicky, Gaurav Kaun
Hai....?? .
Sir :-"Mujhe Kya Pata.. . .
Student :-"Beti Par Dhyaan Do To Pata
Chale ??
Master Shocks Student Rock.
Share:

Manmohan Singh Sabji Lene Gaye!

Manmohan Singh Sabji Lene Gaye!
.
.
Manmohan:-
Pyaz Kya Bhaav hai? .
.
.
.
.
. .
Sabjiwala:- Ab Rulayega Kya
pagle ?
Muft Main 1 Kilo Lejaa.
Pehli Baar To Teri Awaaz Suni H!
Share:

Log kehte hai ki 40,000/

Log kehte hai ki 40,000/-
ka royal paint lagaye to ghar rangeen dikhta he
. . . . . . . . . . . .
Are pagal 400/-ki ROYAL STAG piyo,
sara shehar rangeen dikhega..!.
Share:

Boogie Woogie is Back.. Best Indian Dance show ever!

Boogie Woogie is Back.. Best Indian Dance show ever!

Share:

Sunday, January 6, 2013

দুপৰীয়া ঘৰৰ মুধচত শালিকী


শালিকীৰ মূৰত শলা
শলা খুলি দিলোঁ
তাই জোন জোন জোনালী
ৰাতি জোনাকৰ পৰা সৰি পৰা
এজনী দিপলীপ পৰী

আৰু কোনে পায় তাইক
পৰী উৰি গ'ল জোনৰ দেশলে'
এজন ৰাজকোঁৱৰ বিচাৰি

জোনে অভিশাপ দিলে
সিদিনাৰ পৰা তাই
আকৌ শালিকী হ'ল

এতিয়া দুপৰীয়া দুপৰীয়া মোৰ ঘৰৰ মুধচত পৰি কান্দি থাকে

দিমনে খুলি তাইৰ
মূৰৰ শলা
------------
ණ কন্দর্পজিৎ কল্লোল
Share:

Monday, December 3, 2012

ৰাজঅট্টালিকাৰ ভিক্ষাৰী

অচেতন গুপ্ত পৃথিবীৰ
শব্দহীন আন্ধাৰৰ বুকুত
আজিও সাৰে আছো
সাৰে আছে
বিস্মৃতিৰ অন্তৰালত হেৰাই যোরা
স্বপ্নময় জীবনৰ সপোনবোৰ
কুশলে আছানে তুমি ??
বালিচৰৰ বালিময় বকুৰ
সূখৰ পোচাকজোৰ আজি
ৰাজঅট্টালিকাৰ চৌহদত
দূখৰ পোছাক হৈ পৰি আছে
ঠিকনাবিহীন প্রেমৰ
পৰিচয় হৈ
স্নিগ্ধ জ্যোস্নাৰ বুকুতো
আজি ঘোঁপমৰা আন্ধাৰ
মাজত একোৰা দপদপীয়া জুইৰ
কৰোণ ঝংকাৰ
কুশলেই বাৰো আছানে তুমি ??
তুমিয়েই জানো কোরা নাছিলা
সংগ্রাম জীবনৰ আন এটি নাম
তাৰ সান্নিধ্যতেই আজি সাতুৰিছো
পাৰ হৈছো সাগৰৰ
ইপাৰ আৰো সিপাৰ
আজি মই প্রাচুর্য্যৰ
একেবাৰেই শীর্ষত
মাথো হেৰাই গ'ল ৰাজঅট্টালিকাৰ কুরৰী !!


Shared by -  Akash
Share:

মোৰ মৰমৰ বন্ধু তুমি



কিমান থাকিবা আৰু
দুখৰ সাগৰত ডুবি
এবাৰ কোৱা মোক তোমাৰ মনৰ কথা খুলি
সমস্ত বাধা নেওঁচি দৌৰি যাম তোমাৰ কাষলে
নোৱাৰো তোমাক এৰি আহিব মই
দূখৰ সাগৰত কাৰণ
তুমি মোৰ মৰমৰ বন্ধু

Submit by Arpon
Share:

Sunday, September 9, 2012

এটি ফুল


অৰ্থহিন জীৱনৰ বাগিছাত ফুলা এটি ফুলে
দিনটোৰ ব্যস্ততাৰ অন্তত বাৰুকৈয়ে আমনি কৰে
অবশ্যে, সেই ফুলটো এটিয়া মোৰ হাতত নাই
তথাপিতো কিয় জানো
হথাৎ চিঞৰি  উঠো ফুলটিৰ ষ্পৰ্ষ পাই ।
সাৰ পাই দেখো কেৱল মাথো শুণ্যতা
অবাক হৈ ৰও কিছু মুহুৰ্ত
ঘড়ীটোলৈ চালো
নিশা চাৰে বাৰ বাজিছে
নাই কোনো ব্যতিক্রম ।
প্রতিটো নিশাৰ দৰেই সেই একে স্বপ্ন
শুনো মাথো এগৰাকি নাৰীৰ হৃদয় বিদাৰক অৰ্তনাদ
তেতিয়া অনুভৱ হয়
মই কিবা ভূল কৰিলো নেকি ?

-------------------
কবি : অভিজিত দাস

Share:

তুমি আকৌ আহিলা


অবাস্তব যেন লাগিলেওঁ সচাঁ
বিষাদ তুমি অকৌ আহিলা
কিমান ইতিহাষৰ পাত লুতিয়ালো
তোমাৰ ঠিকনা বিচাৰি নাপালো

কিন্তু আজি কিহৰ বাবে
ধৰা দিলা মোৰ দুচকুত
কণ্টকীয়া সান্তনা দিবলৈ

কিয় ?
কিয় খোমাইচা মোৰ বুকুত
চিৰ দিনৰ বাবে ।
Share:

Thursday, August 30, 2012

Tomar parakh

Xarat nikhar jonak rati..
2mak aalphule bukur majat lai..
Ekanta byaktigata bhabe..
Bahu katha kabar man jai..

Ketiyaba vabo...
Nadir parar batahjakak hakhi kari,
kam neki 2mak hridayar gopan katha..

Aasalate 2mi sage tetiyahe bujiba.....
Mor hridayat hasi thowa maramar malita,
Kebal je matho 2mar babe PRIYA..

2mar hahi, 2mar sawaniye..
Mok di jai byartha jiwanat aaguwai jowa naba Prerana..

Jiwanar baki rowa prati2 mitha muhurta kataba bisaro 2mar haite!
2mi nirakh nakara2...?
 
Shared by - Abhijit Das

Share: