Saturday, July 14, 2012

মহানগৰীৰ সেই ঘৃননীয় দৃশ্য


এটি ঘৃননীয় হায়ঁ দৃশ্য দেখি
হৃদয়েদি বৈ যায় এক লাজ লগা অনুভূতি
মাতৃভূমিৰ কলঙ্ক তহঁত
মানব ৰূপত দানব তহঁত
আজি বাৰে বাৰে কান্দিছে সেই গৰাকী মাতৃৰ হৃদয়ে
যি গৰাকী মাতৃয়ে তহঁতক গৰ্ভত ধাৰন কৰে
অলপো কুন্ঠবুধ নহলনে তহঁতৰ হৃদয়ত
চিঁ চিঁ ধিক্কাৰ দিওঁ তহতৰ মানৱ জীবনক
যি জীবন দানবতকৈওঁ অধম হব পাৰে
অজি মাতৃভূমি ভাগৰি পৰিছে তহতৰ বোজা কঢ়িয়াই
কৰুণ কান্দোনত ভাঙি পৰে সেই মাতৃৰ হৃদয় ।


Shared by - ARPON
--------
Share:

0 comments:

Post a Comment