*ক্লান্ত জীৱন*
হেৰ' ক্লান্ত বাতৰোরা
দূখৰ পিৰালিত বহি
জীৱন যাত্রাৰ সপোন দেখিছ'
তই জানো নাজান'
জীৱনৰ প্রতিতো বাতৰ কেকোঁৰি
কাইতেৰে আৱৰা !!
প্রতিতো খুজঁৰ গছকত
সৃষ্টি হোরা ধুলিবোৰক
পাৰিবি জানো প্রশ্ন কৰিব
সূখৰ ধূলি উৰিছেনে
দূখৰ ধূলি উৰিছে
কেনেকৈ পাৰিবি
তই যে আজি
একেবাৰে ক্লান্ত,অৱশ!!
Shared by - Akash
--------
0 comments:
Post a Comment