Sunday, July 8, 2012

*অ-স্পষ্ট অনুভব*

বোকাৰ বুকুত পদুম ফুলে
এবাৰো জানো অনুভব কৰে
মোৰ জন্মস্থান কি
কেনেকৈ কৰিব
সূখত জানো দূখৰ উপলব্ধি হয় ??

মোৰ হৃদয়খন একেবাৰে অস্পষ্ট
কিন্তু এখন সুন্দৰ অভিধান
পঢ়িব জানিলেই হ'ল
বুজিবা মোৰ প্রেমৰ গভীৰতা
দেখিবা তুমাৰ প্রেমৰ ইতিহাস
মাথো,
পঢ়িব জানিলেই হ'ল
আসোঁরাহ বোৰ ফালি !!

Submitted by - Akash
--------
Share:

0 comments:

Post a Comment