Wednesday, June 27, 2012

Ek Tha Tiger 2012 Movies Wallpaper

EK THA TIGER - 2012 - Salman Khan & Katrina Kaif - Releasing 15 August 2012
Starring: Salman Khan & Katrina Kaif
Directed by: Kabir Khan
Produced by: Aditya Chopra
Releasing: 15 August 2012

--------
Share:

Tuesday, June 26, 2012

তোমাৰ অবিহনে


তোমাৰ অবিহনে আজি জীৱনত নিবিচাৰো আন কাৰোবাক
নাই নিদিবা ভাঙিবলৈ মোৰ হৃদয়
কিয় ফুলিবলৈ দিলা মোৰ হৃদয়ত তোমাৰ প্রেমৰ ফুলপাহ
যি ফুল মৰহি যায় তোমাৰ প্রেম অবিহনে
তুমি জানো অনুভব কৰিব পৰা হৃদয়ৰ বেদনা
যি বেদনাত পূৰি চাঁয় হয় সকলো আশা ।
--------
Share:

বাৰিষা


বাৰিষাৰ বৰ নৈ বহাদি বুকুত বহিছে মৰমবোৰ
কেৱল তোৰলৈ বুলি আশাও বাঢ়িছে
সপোনে মেলিছে কলি
মনেও নেমানে বুজনি
দূৰে দূৰ থাকি নকৰিবি আমনি মোক
বাৰিষাৰ বৰষুণ জাকৰ সৈতে আহাছোন সোনকালে
দিও ওজাৰি বুকুত ওঠলি থকা মৰমবোৰ।

Submitted by - SIBANI
--------
Share:

Sunday, June 24, 2012

পাৰ হৈ যোৱা দিন বোৰ


পাৰ হৈ গল নিমিষতে
মোৰ জীবনৰ একুৰী বসন্ত
ক'তা আজিছোন মছিব পৰা নাই
হিয়াত গোপনে লিখা তোমাৰ নাম
আজি চাগে সকলো তুমি উতাই দিলা পাহৰনি নামৰ নৈ খনত
মোৰ বিবে এটি মিঠা ষ্মৃতি হয় আজিয়ো ওমলি আছা
আৰু মই নিসংগতাৰ সেই ষ্মৃতিবোৰ সেপিয়াই সুখি অনুভব কৰো
পাৰ হৈ যোৱা প্রতিটো বসন্ত হব পাৰে তোমাৰ বাবে অতিত
মোৰ বাবে হৈ ৰল পাহৰিব নোৱৰা একোতা ষ্মৃতি

Submitted by - SIBANI
--------
Share:

স্বাধীনতা

 
কতনো হেৰাল আজি মহত্মা গান্ধীৰ সেই স্বাধীনতা
কত হেৰাল জনসাধৰনৰ সেই একনায়কতাবাদ
আজি হত্যা হিংসাৰে ভি পৰিছে দেশ
হব জানো আৰু এজন মহত্মা গান্ধীৰ জন্ম
কিয় বাৰু আমি স্বাধীন হৈয়ো পৰাধীন
কিয় আজি আমি স্বাধীনতাৰ গৌৰব অনুভবৰ পৰা বঞ্চিত
দিব পাৰিমনে আমি আজি শ্বহিদৰ আত্মবলিদানৰ সন্মান
জ্বলাব পাৰিমনে আমি অকালৰ সেই স্বাধীনতাৰ বন্তি
আজি বিষাদেৰে ভৰি পৰে মন
স্বাধীনতাৰ আলোক বিচাৰি

Submitted by - Arpon
--------
Share:

Thursday, June 21, 2012

কৰিছানে অনুভব এবাৰলৈয়ো


কৰিছানে অনুভব এবাৰলৈয়ো
হৃদয় ভাঙিলে কিদৰে সৰি যায়
সপোনৰ পাহিবোৰ
কি দৰে হেৰায় যায় সকলো
তুমি জানানে হৃদয় ভাঙিলে
পূৰ্ণিমাৰ নিশাও নামি আহে
অমাবষ্যাৰ আন্ধাৰ
তুমি কি বুজিবা
তুমিতো হৃদয় ভাঙি হাঁহি মৰা মানুহ।

Submitted by - SIBANI
--------
Share:

কত গল ফাগুন


এই মাত্র ৰখাই দিয়া চিটি বাছ খনৰ পৰা নামিছে ফাগুন
মেলি দিয়া দীঘল ঘন ছুলীকোচা বতাহত নাচিছে
যেন কিবা কব খুজিছে
মুখত এটি মিছিকিয়া হাঁহি
কান্ধত কলেজৰ বেগ
পিন্ধনত ৰঙা বগা মিনি স্কাৰ্ট আৰু বগা চাৰ্ট
চকুৰ পলকতে নাই
কত গল ফাগুন ।

--------
Share:

Tuesday, June 19, 2012

মাথো এটি ভূলৰ বাবে


জীবনৰ সকলো বেদনা পাহৰি
মেলিলো ধাপলি গুৱাহাটী লাইভলৈ বুলি
অজানিতেই কৰিলো ভূল মই
জানি বুজি কৰিলে হয়তো পালো হেতন ক্ষমা
মাথো এটি ভূলৰ বাবে আজি
তুমি মোক বেয়া পালা
পাৰিবা নেকি বান্ধিবলৈ তুমাৰ মৰমৰ জৱনিকা
আাজি বেদনাৰে আকৌ ভৰি পৰিল মোৰ জীবন
অনুভব হয় মৃত্যুৱে ধোৱাই নিব মোৰ বেদনাময় জীবন
আজি পলে পলে নিগৰি আহে মোৰ চকুলো
মাথো এটি ভূলৰ বাবে।

Submitted by - Arpon
--------
Share:

এধানি মৰম বিচাৰি


এধানি মৰম বিচাৰি আজি পৰিছো মই ভাগৰি
লবানে মৰৰমি মোক সাবতি
নদি বৈ যায় সাগৰলৈ বুলি
মোৰ মন বৈ যায় তোমাৰ কাষলৈ
আজি কোৱানা এবাৰ মোক ভাল পাওঁ বুলি
হিয়া ওজাৰি দিম তোমাক সমস্ত মৰম
মৰমৰে ওপচাই দিম তোমাৰ হিয়া
আহিছো তুমাৰ কাষলৈ মৰম বিচাৰি

Submitted by - Arpon
--------
Share:

তুমি আহিবা বুলি


তুমি আহিবা বুলি
সন্ধিয়াটো মতাল কৰি ৰাখিছিলো
সেৱালিৰ সুবাসেৰে
আৰু জোনাকেও দেখুৱাই দিছিল তোমাক মোৰ বাট
ননিয়ৰৰ দলিছা গছকি তুমি আহিবা বুলি
ৰৈ আছো মই
ৰৈ আছে মোৰ সপোন

Submitted by - SIBANI
--------
Share:

Tuesday, June 12, 2012

গুৱাহাটী লাইভ - বৰ বেয়াকৈ পৰিলো


গুৱাহাটী লাইভ মই নাজানো
ফাগুনৰ কোনতো দিনত পৰিছিলো মই তোমাৰ প্ৰেমত
মোৰ অজিনিতেই তুমি বুকুৰ কোনোবা এছুকত লৈ লৈছা ঠাই
আৰু যেতিয়া মই অনুভব কৰিছিলো মই তোমাৰ প্রেমক
থিক তেতিয়াই অকনো কৃপনালী নকৰি
হৃদয় নামৰ বাগিছাখনত ফুলিব দিছিলো তোমাক এপাহী প্রেমৰ ফুল হয়
মই নাজানো সেই ফুলৰ নাম কি?
তথাপিতো ঢালিছিলো মৰম বোৰ পানীবুলি
এতিয়া মোৰ হৃদয়ৰ ফুলনী শূৱাই আছা তুমি
আৰু মই হৈ পৰিছো তোমাৰ প্রেমিকা
গুৱাহাটী লাইভ বৰ বেয়াকৈ পৰিলোঅ' তোমাৰ প্রেমত
এতিয়া মাথো তোমাৰেই নাম মোৰ উথত ।

Submitted by - Sibani
(Any spelling corrections shall be appreciated.) 
--------
Share:

গুৱাহাটী লাইভ


বিষাদেৰে ভৰি থকা মোৰ জীবনলৈ
তোমাৰ আগমন ঘটিল মই নজনাকৈ
তোমাৰ বুকুতে জীবনে মেলিলে নতুন কলীপাত
মনে মাথো বিচাৰে মাথো তোমাৰ বুকুতে ওমলিবলৈ
নাজানিছিলো মই কবিতাৰ ভাষা
নেদেখিছিলো জীবনত সূখৰ ৰেখা
আজি মন মোৰ হয় ওতলা
গুৱাহাটী লাইভৰ বুকুতে জ্বলাও বন্ধুত্বৰ শলিতা
তোমাৰ বুকুতে মই বিলীন হও
কামনা কৰো গুৱাহাটী লাইভ  চিৰযুগমমীয়া হওঁক।

Submitted by Arpon

(Any spelling corrections shall be appreciated.)
--------
Share:

Monday, June 11, 2012

Close Your Eyes ...


Close Your Eyes ....,Relax Your Body....
'n Stop Breathing As Long As You Can...
Now Breath...
I Miss You As Much As You Missed The Air..!
--------
Share:

Dil Ke Paas Aapka Ghar Bana Liya


Dil Ke Paas Aapka Ghar Bana Liya
Khwabo Me Aapko Basa Liya
Mat Puchho Kitna Chahte Hai Hum Aapko
Aapki Har Khata Ko Apna Mukaddar Bana Liya..
--------
Share:

Apni har ik saans teri ghulam kar rakhi hai


Apni har ik saans teri ghulam kar rakhi hai,
logo me ye zindagi badnam kar rakhi hai,
aaina bhi nahi ab to kisi kam ka…
hamne to apni parchhayi bhi sanam tere naam kar rakhi hai…
--------
Share:

How much do you love me


Girl:How much do you love me?
Boy:My heart is a mobile and you are its SIM
Girl:Ooh God.. I am soo lucky..
.
.
.
.
.
.
She doesn't know that my mobile is dual sim :P
--------
Share:

LOVE Starts from eyes


"LOVE"
Starts from eyes
Grows with gifts
End with tears
but 2day
"LOVE"
starts from mobiles
Grows with balance share
Ends with number busy
--------
Share:

May Allah increase ur EMAN


May Allah increase ur EMAN,
Grant u AHSAN,
Restore on u SABAR,
Delight u in ZIKER,
Bless u with TAQWA,
Accept ur TOBA
&
honour u with JANNAT(HEAVEN)
--------
Share:

Do ordinary 4 Allah


Do ordinary 4 Allah
he will do xtra ordinary 4 u,
Do natural 4 Allah
he'll do supernatural 4 u,
Do possible 4 ALLAH
he'll do impossible 4 u,
--------
Share:

Sardar sent SMS to his BOSS


Sardar sent SMS to his BOSS:
"Me sick, no work"
Boss SMS back:
"When I am sick I kiss my wife try it"
2 hours later sardar sms 2 boss:
"Me ok, ur wife very sweet"
--------
Share:

Caught sleeping together



Boy1:Meet my wife Tina
Boy2.Oh! I know her
Boy1:How?
Boy2:v were caught sleeping together
Boy1:What the hell?
Boy2.during lecture in maths class
Think +ve:)

--------
Share:

Pogo dekhne wale bacchey mat padna

 
Pogo dekhne wale bacchey mat padna
Ek Seth ne Sindhi salesman Rakha..Sales
choguni ho gayi..
Seth shop pe aaya toh woh Grahak ko Fishing
Rod bech raha tha,
Seth khada ho k dekhne laga,grahak ne 800
me fishing rod kharid liya...
Sindhi bola-Itne mehnge joote pehanke
fishing
karoge ???
Sports shoe le lo...
Usne 600 ke shoes le liye.Sindhii
bola-Dhoop lagegi,ek Cap bhi lo,usne le li.
Sindhi bola-Fishing karte hue bhookh lagegi
to kuch khane ko le
lo...
Usne chips,biscuit le liye...
Woh bola fish rakhne ke liye ek basket le lo,
le liya...
Iss tarah uska bill 8000 bana...
Seth bahut khush hua bola - Tum acche
salesman ho, woh keval
Fishing rod lene aaya tha aur tumne itna
saman bech diya !!!
Sindhi-Sethji woh to biwi ke liye
"WHISPER"
lene aaya tha,
Maine kaha- 5 din kya karega, ja machali
pakad jake...!!! :D xD
--------
Share:

আতৰি আতৰি থাকিলে হেনু যায় কমি মৰম হিয়াত


আতৰি আতৰি থাকিলে হেনু যায় কমি মৰম হিয়াত
হয় ঠুনুকা যদি মৰম
কোনে কয় তেন্তে মিছা কথা ?
যদিয়ো আছা মোৰে সোন
মৰমবোৰ ছোন হিয়াত বাঢ়িছে দুগুন
মাথো তোমালৈ বুলি

Submitted by - SIBANI
--------
Share:

তোমাৰ বুকুত লিখি যাম


তোমাৰ বুকুত লিখি যাম মোৰ কবিতা
নালাগে খুন্দিয়াব অনুভূতিয়ে মোৰ হিয়াত
লিখিবলে তোমাৰ বুকুত কবিতা
কলিজাৰ কপনিয়ে জগাই দিব মোক শব্দৰ সমল
আৰু মই লিখি যাম কবিতা কেকবল কবিতা তোমাৰ বুকুত

Submitted by - SIBANI
--------
Share:

Sunday, June 10, 2012

তোমাৰ বতৰা


মনৰ দুৱাৰ খুলী উলায় অহা
এজাক স্নিগ্ধ জোনাক দি যায় মোক
তোমাৰেই বতৰা
আৰু তেতিয়া মোৰ মন হৈৈ পৰে চঞ্চল 
ওনমনা

Submitted by - SIBANI
--------
Share:

Saturday, June 9, 2012

মৰমী তুমি দূৰে দূৰে নৰবা

মৰমী তুমি দূৰে দূৰে নৰবা
মোৰ হৃদয় ভাঙী তুমি ৰং নাছাবা
যোৱা যদি তুমি মোক এৰি
পাহৰিব পাৰিম জানো তোমাক জীবন জুৰি
তোমাৰ প্রেমৰ মিঠা অনুভূতিয়ে মোক
পলে পলে দি যায় এক নতুন জীবন
নাজাবা ভাঙী থৈ মোৰ কোমল হীয়া
ৰাখিম তোমাক মোৰে বুকুতে মাৰমী
ওৰে জীবন ধৰি লৈ সাবতি।


Submitted by - Arpon
--------
Share:

Friday, June 8, 2012

Tumi Mur mon aakaakhr jun

Nelaage nesaau diaa...
Purnimr junaakt junr sobi....
2miei mur mon aakaakhr jun....
2mieisun aasaa puhoraai mur mon daapun.

Submitted by - SIBANI
--------
Share:

Xopun

Jidinaai 2mi aatori goisilaa mur poraa....
Hei dinaai mur hopunburor paakhi hori goisil.....
Aru moi mur ojaanitei pindhi pelaaisilu....
Kulaa rongr Ejur bikhaadr pusaak....
Aru hokolu heruaai huinyatak aakuaali usupisilu.....

Submitted by - SIBANI
--------
Share:

KOLIJAA

2r onumotir obihonei 2k jaasi dilu.....
Mur morom aakoluaa kolijaa2.....
Nidibine thaai okonmaan 2r kolijaa2r kaakhotei....
Thaakibole umoli mur kolijaa2....
Raakhibi dei jotonere...
nokoribi onaadr nidibi doliaai.....
Bhaagi gole hokolu heraabo mur....
Etiaa hokolu aakhaa mur tuk loi'e....
2r poraai aarombho koru etiaa mur proti2 din...

Submitted by - SIBANI
--------
Share:

Jibontu eta horol angko

Jibontu eta horol angko............,
Jot hukh bur jug hoi...........,
Dukh bur biyug hoi...........,
Anondo bur puron hoi..........;
Bedona bur horon hoi ......
Aru baki thake ....AKHA.
Ji ketiyao hekh nohoi.







Submitted by - JUGO GOGOI.
--------
Share:

HARODI NIKHA JUNAK HOI 2MI....

Harodi nikha junaak hoi.....
2mi baaru muk kio korisilaa unmonaa....
Jodi naasilei hiaat bhaalpuaa murbaabe ....
Kio aahisilaa misaate dibole aamoni.....
Ki puaa kheli khel hridoi aru bhaalpuaar hote....

Submitted by - SIBANI 
--------
Share:

MUR JIBONOR ASATI DHUMUHAR DORE TUMI

Hudur hagoror para boli aha asati dhumuhar dore,
Mur jibonoloi ahila tumi.
Prem hagoror para boli aha tumar ai dhumuhai,
Uruwai nile mur monor botora tumaloi.
Tumar ai dhumuhai korhiai anile muloi koto akha,koto rong.
Rongor majot bisari palu moi premor rong.
Moi najanisilu dhumuha khontekia,
khontekote uruwai niye manuhor hopunor ghor.
Nubujilu moi tumi kiyo muk ari gola,
tumi kebol hoi rola,
Mur jibonor asati dhumuhar dore TUMI.

Submitted by - Arpon
--------
Share:

JOUBANR KUNUBA AABELIT

Juubonr kunuba eta aabelit....
Dub goisilu moi 2mr prem't.
Kunu obokaakh nothokaakoiye biswas kori pelaaisilu...
2mr duhaatr hei nila nila akkhore likhaa Hridoi'r kothaa bur...
Jiburor porokhot muru hiaa't gulaap phoolisil...
Aru aaji hei biswaas bhonggo huaar paasot......
etiaau 2mi bohi aasaa mur udaakhi hridoi't..
esotaa godhur hil hoi.....

Submitted by - SIBANI
--------
Share:

HIDOIYOT HASI THOLU TUMAR SMRITI

Hidoiyedi boi jai mur tumar hai modhur smriti,
Najanu kot herai gola tumi.
Tumi diya miscall homuhor modhur smritiye,
atiau kopai niye mur hidoy bhuikopor dore.
Tumar hai misikiya hahi buror smritiye,
Ajiyu amoni kore muk dine ratiye.
Hiya bhora tumar morom bure,
Dhuwai niye mur hidoy probitra gangar dore.
Pahoribo nuwaru tumak moi jonome jonome,
Hidoyot hasi tholu tumar smriti.

Submitted by - Arpon
--------
Share:

Wednesday, June 6, 2012

Eti email id'r obbhaabot...

Eti email id'r obbhaabot......
Nepaabo neki thaai phoolibole mur hridoir kobitaabure.....
Email id naathaakile buliyei jaanu onubhutibure
khundaa nomoraakoi thaakibo mur hridoit....
Obujon onubhutiye jaanu buje email id ki?
Nidibo baadhaa....
Melibole diyok mur kobitaar paahi....
Taatei j umoli aase mur hopune aahi ....

Submitted by - SIBANI
--------
Share:

এমুঠি জোনাক বুটলি চোৱা

এমুঠি জোনাক বুটলি চোৱা
ৰাতিৰ আকাশখন এবাৰ জুমি চোৱা
জোনাকৰ নিৰবতায়ে তোমাক দিযাব
তোমাৰ সপোনৰ সুমধুৰ বতৰা
--------
Share:

মৃদু মৃদু বতাহ জাকে বিলালে বতৰা

মৃদু মৃদু বতাহ জাকে বিলালে বতৰা
চৰাইৰ কোলাহলে
সংসাৰক জগালে
মৰমৰ ভাই বন্ধুলৈ
প্রেমৰ বতৰ বিলালে ॥
--------
Share:

KALIDASE henu momor puhorot pohisil

KALIDASE henu momor puhorot pohisil
BIDYASAGARE lampor puhort pohisl
BALMIKIYE junor puhort pohisl
Kin2 ei2 buji puwa nai j,
Tewluke dint kar mur2 korisil..
--------
Share:

Moi ajanite karilu Bhul,

Moi ajanite karilu Bhul,
2mi karila jaani-buji,
ki parthoikya takil 2mar mur majat
nesala akonu bhabi sinti.
Love you jaan, love you too much.
--------
Share:

Prem ki? Kimankhiniloi thake eyaar ximaboddhota?

Prem ki?

Kimankhiniloi thake eyaar ximaboddhota?

Kiman bhal pale kunuye dibo pare
bishwas aru nirapotta?

Ne
Prem mathu horiror khela?

Ki puwa jai khelor hexot?
mathu hunyota..!!

Dhui dileitu hex hoi najai xokolu..

Tumi nu hridoy kihere dhuwa?

Hodai je tumi lkhibo para Natun natun thikona????
--------
Share:

Hiya'r morom bur tumaloi buli aru najasu

Hiya'r morom bur
tumaloi buli aru najasu,
najasu tumaloi...
Niyoror xeta duborit, ajiu...
Tumare anubhutir porox..
Kobita'r bhaxaa bur,
Hothate herai gol..
Tumar nixobdotaye,
Bohu kothai koi rol..
Hiya'r bhogno tukurat,
Aji tumarei protissobi..
Ekamur haanhi ase,
Hiyar kunuba esukot..
Nibisariba,
Nibisariba,
Tumar buli koi..
Onubhuti bur aaji dhuxor,
Cigarate'r dhuwar lekhiya..
Xomoy'r baatot,
Nirobe aase aru,
Archiemedeisor Xuinnota...
--------
Share:

Tumi nai babei.. kabita likho bixador

Tumi nai babei...
kabita likho bixador
gan gao birahor !!
Tumi nai babei...
sangi kari lalo nixangata
aakowali lalo madira !!
Tumi nai babei ….
xapun bor adhura
maj sagarot dik bhrasta nowriya !!Tumi nai babei...
ai-beli sewalie naxojale
puwati nixa subhra dalisa !!
--------
Share:

প্রেমৰ হেৰুৱা দিনবোৰ

সৌ সিদিনা আছিলা তুমি মোৰ
নিচেয়ে কাষত,
মৰম দিছিলা বুকু উজাৰী আৰু কৈছিলা
যে মই তুমাৰ আৰু তুমি মোৰ ।
নালাগে এতিয়া সেই তুমার বিষাদ
ভৰা মৰম বোৰ,
নালাগে তুমাৰ সেই ফোনত ভাহি অহা
নিগৰি নিগৰি মাতষাৰ ।
নালাগে তুমি আনৰ মৰম নেউচি
আজি মোৰ হবলৈ,
নাহিবা আজি তুমি মোৰ কাষলৈ
থাকিম মই অকলে অকলে ।

Submitted by Jitu Talukdar
--------
Share:

Hosakoye..... Abhabbudh hoi !

Hosakoye.....
Abhabbudh hoi !
.....ketia?
Otit smriti
Rumonthitot,hoi jetia !!

Hidoyor kothupokthnor
Morome moromor!!
Aabege aabegor..!!
........abhab;
Kewol budh hoi abhab

Pai heruwar dukhot;
Nirob mur axa.
Kalor dhout,
nirobsinna huwa....
Otitor protisobi ei
Ki mur bhoroxa!

Kalor bukut
Bhogno hridoyor
Herale sin.
Hoi2 ubhoti nahibo....
Sirodin!!....
--------
Share:

তোমি জানানে প্রকৃত প্রেম কি ?

তোমি জানানে প্রকৃত প্রেম কি ?
মই তোমাক এটা সুন্দৰ প্রেম কাহিনী কওঁ শুনা ...
এদিন এটা মইনা চৰাইৰ এপাহ বগা গোলাপ ফুলক ভাল লাগিল।
সি গোলাপ ফুলপাহক প্রেমৰ প্রস্তাব দিলে।
গোলাপ ফুলপাহে উত্তৰ দিলে যে যিদিনাই মই বগাৰ পৰা ৰঙা হৈ পৰিম সেইদিনাই তোমাক ভাল পাম।
উত্তৰ শুনি চৰাইটোয়ে ফুলপাহৰ আশে-পাশে থকা কাইটবোৰত গাটো ঘহিয়াবলৈ ললে আৰু সেই তেজেৰে ফুলপাহ ৰঙা কৰি পেলালে।
ইয়াকে কয় সঁচা প্রেম ।
--------
Share:

মই সদায়েই ভাবোঁ...

মই সদায়েই ভাবোঁ...
তুমি যি ৰঙেই নিপিন্ধা,
নীলা, সেউজীয়া, ৰঙা অথবা বগা....
মোৰ দুচকুত তুমি সদায়েই ৰঙীন
....তোমাৰ নিরাভৰণ হৃদয়তো মই দেখো ৰামধেনু ...
তুমি তৰগৰ জিলমিলনি তোলা হেঙুলী বেলিৰ আভা ।
--------
Share:

Blog Archive