Tuesday, June 26, 2012

তোমাৰ অবিহনে


তোমাৰ অবিহনে আজি জীৱনত নিবিচাৰো আন কাৰোবাক
নাই নিদিবা ভাঙিবলৈ মোৰ হৃদয়
কিয় ফুলিবলৈ দিলা মোৰ হৃদয়ত তোমাৰ প্রেমৰ ফুলপাহ
যি ফুল মৰহি যায় তোমাৰ প্রেম অবিহনে
তুমি জানো অনুভব কৰিব পৰা হৃদয়ৰ বেদনা
যি বেদনাত পূৰি চাঁয় হয় সকলো আশা ।
--------
Share:

0 comments:

Post a Comment

Blog Archive