Wednesday, June 6, 2012

মৰমে দুই-হাত মেলে তোমাক সাবটি লবলে

মৰমে দুই-হাত মেলে তোমাক সাবটি লবলে।
এই দোচকু পালো মই মাঁথো তোমাক চাবলে।
এই জীবন গঢ়িছো মই মাঁথো তোমাৰ হবলে।
তুমি সোণ পাৰিবানে প্রতিপল মোৰেহৈ ৰবলে
--------
Share:

0 comments:

Post a Comment

Blog Archive