Tuesday, June 5, 2012

তোমাক মই ভালপাওঁ

তোমাক মই ভালপাওঁ,মোৰ আত্মাই ঢুকি পোৱা গভীৰতা আৰু উচ্চতালৈকে। এপাহ সূযমূখী ফুলৰ একান্ত হৃদয়ৰ গোপন বিশ্বাসৰ বাবে,তোমাক ভাল পাওঁ বাবে বুকুৰ সমস্ত দুবাৰ-খিৰিকি খুলি ৰৈ থাকো...... কেবল তোমাৰ বাবে.......
--------
Share:

0 comments:

Post a Comment

Blog Archive