Wednesday, June 6, 2012

সাগৰ শুকাই ৰ'দৰ তাপত,

সাগৰ শুকাই ৰ'দৰ তাপত,
ধূলি উৰে বতাহৰ কোবত,
তুমি পাহৰিব পাবা সময়ৰ সোতত,
মই তোমাক নাপাহৰো মোর জীৱন কালত
--------
Share:

0 comments:

Post a Comment

Blog Archive