Tuesday, June 12, 2012

গুৱাহাটী লাইভ


বিষাদেৰে ভৰি থকা মোৰ জীবনলৈ
তোমাৰ আগমন ঘটিল মই নজনাকৈ
তোমাৰ বুকুতে জীবনে মেলিলে নতুন কলীপাত
মনে মাথো বিচাৰে মাথো তোমাৰ বুকুতে ওমলিবলৈ
নাজানিছিলো মই কবিতাৰ ভাষা
নেদেখিছিলো জীবনত সূখৰ ৰেখা
আজি মন মোৰ হয় ওতলা
গুৱাহাটী লাইভৰ বুকুতে জ্বলাও বন্ধুত্বৰ শলিতা
তোমাৰ বুকুতে মই বিলীন হও
কামনা কৰো গুৱাহাটী লাইভ  চিৰযুগমমীয়া হওঁক।

Submitted by Arpon

(Any spelling corrections shall be appreciated.)
--------
Share:

0 comments:

Post a Comment

Blog Archive