Wednesday, June 6, 2012

কিনো দিম প্রতিদান তোমালোকৰ মৰমৰ

কিনো দিম প্রতিদান তোমালোকৰ মৰমৰ
কি ভাবে কৰিম মই এই মৰমৰ বর্ণনা
এয়ে শেই মৰমৰ স্মৃতি ৰচনা।
স্মৃতিৰ বন্তি গছ জ্বলি জ্বলি সেহ হৈ গৈছে,
তথাপিও কাৰোবাৰ চকুত জীয়াই আছে
তোমালোকৰ সেই সুন্দৰ চকুজুৰী,
আছে বাট চাই জীবনৰ ভৰসাক লৈ॥
--------
Share:

0 comments:

Post a Comment

Blog Archive