Tuesday, June 19, 2012

এধানি মৰম বিচাৰি


এধানি মৰম বিচাৰি আজি পৰিছো মই ভাগৰি
লবানে মৰৰমি মোক সাবতি
নদি বৈ যায় সাগৰলৈ বুলি
মোৰ মন বৈ যায় তোমাৰ কাষলৈ
আজি কোৱানা এবাৰ মোক ভাল পাওঁ বুলি
হিয়া ওজাৰি দিম তোমাক সমস্ত মৰম
মৰমৰে ওপচাই দিম তোমাৰ হিয়া
আহিছো তুমাৰ কাষলৈ মৰম বিচাৰি

Submitted by - Arpon
--------
Share:

0 comments:

Post a Comment

Blog Archive