কতনো হেৰাল আজি মহত্মা গান্ধীৰ সেই স্বাধীনতা
কত হেৰাল জনসাধৰনৰ সেই একনায়কতাবাদ
আজি হত্যা হিংসাৰে ভি পৰিছে দেশ
হব জানো আৰু এজন মহত্মা গান্ধীৰ জন্ম
কিয় বাৰু আমি স্বাধীন হৈয়ো পৰাধীন
কিয় আজি আমি স্বাধীনতাৰ গৌৰব অনুভবৰ পৰা বঞ্চিত
দিব পাৰিমনে আমি আজি শ্বহিদৰ আত্মবলিদানৰ সন্মান
জ্বলাব পাৰিমনে আমি অকালৰ সেই স্বাধীনতাৰ বন্তি
আজি বিষাদেৰে ভৰি পৰে মন
স্বাধীনতাৰ আলোক বিচাৰি
Submitted by - Arpon
--------
0 comments:
Post a Comment