Wednesday, June 6, 2012

মোৰ মৃত্যুত তুমি আহিবা

*মোৰ মৃত্যুত তুমি আহিবা*
(মোৰ এজন বন্ধুৰ জীবন গাথা)....
মোৰ বেমাৰ হৈছে জানা..
কেঞ্চাৰ হৈছে মোৰ..
মৰিবলৈও মন নাযায় জানা..
বিধাতাই লিখি থৈ গ'ল..
তাক নাইকিয়া কৰিবলৈটো মোৰ শক্তি নাই..
মোক অকলে এৰি তুমি আতৰি গৈছা..
প্রতি পলে পলে নিয়ৰৰ টুপালবোৰ সৰি পৰে চকুৰ পৰা..
এবাৰো নুবুজিলা,
মোৰ মৰমে ভৰা কথাবোৰ..
মোৰ মৃত্যত তুমি আহিবা..
মোক ঢাকি ৰখা বগা উৰনীখন আতৰাই এপলক ছাবা..
মই দু:খিত,মই দেখা নাপাম তোমাক..
হয়তু তুমি কান্দিবা..ইমান নিষ্ঠুৰ নহয় তুমি..
মাথো দুৰ দিগন্তৰ পৰা ছাই ৰ'ম তোমাক..
একাজলি হাঁহি বিৰিঙি উঠিব..
কাৰন মোৰ মৃত্যুত তুমি আহিছা..
--------
Share:

0 comments:

Post a Comment

Blog Archive