Tuesday, June 5, 2012

চকুত যদি চকুৰ পানী नाথাকিল

চকুত যদি চকুৰ পানী नाথাকিল হেঁতেন চকুজুৰী ইমান ধুনীয়া নহল হেতেন , জীবনত যদি দুখ নাথাকিলে হেঁতেন সুখ বোৰ ইমান মধুৰ নহল হেঁতেন বিচৰা বোৰ যদি ওচৰতে পালো হেঁতেন তেনেহলে জিয়াই থকাৰ আশাই নাথাকিল হেতেন
--------
Share:

0 comments:

Post a Comment

Blog Archive