Tuesday, June 5, 2012

হাঁহীৰে জীবন সুন্দৰ কৰিবা চকুৰ পানীৰে নহয়|

হাঁহীৰে জীবন সুন্দৰ কৰিবা চকুৰ পানীৰে নহয়| কাৰণ এন্ধাৰ আছে বাবেই পোহৰৰ ইমান মাদকতা, দুখ আছে বাবেই সুখৰ ইমান ৰং| So, নিৰাসাক বাদদি আশাক আকোআলি লবা, কাৰণ আশা আছে বাবেই পৃথিবীখন ইমান ধুনিয়া
--------
Share:

0 comments:

Post a Comment

Blog Archive