Wednesday, June 6, 2012

তোমি জানানে প্রকৃত প্রেম কি ?

তোমি জানানে প্রকৃত প্রেম কি ?
মই তোমাক এটা সুন্দৰ প্রেম কাহিনী কওঁ শুনা ...
এদিন এটা মইনা চৰাইৰ এপাহ বগা গোলাপ ফুলক ভাল লাগিল।
সি গোলাপ ফুলপাহক প্রেমৰ প্রস্তাব দিলে।
গোলাপ ফুলপাহে উত্তৰ দিলে যে যিদিনাই মই বগাৰ পৰা ৰঙা হৈ পৰিম সেইদিনাই তোমাক ভাল পাম।
উত্তৰ শুনি চৰাইটোয়ে ফুলপাহৰ আশে-পাশে থকা কাইটবোৰত গাটো ঘহিয়াবলৈ ললে আৰু সেই তেজেৰে ফুলপাহ ৰঙা কৰি পেলালে।
ইয়াকে কয় সঁচা প্রেম ।
--------
Share:

0 comments:

Post a Comment

Blog Archive