Tuesday, June 5, 2012

মই যদি এটা চৰাই হ'লোহেতেন

মই যদি এটা চৰাই হ'লোহেতেন পুৱাতেই গৈ তোমাৰ কোঠাৰ খিৰিকীত পৰিলোগৈহেতেন। মোৰ পাখি মেলি খিৰিকীৰে সোমোৱা ৰ'দ ঢাকি ধৰিলোহেতেন।তুমি যেতিয়া সাৰ পালাহেতেন মই কলোহেতেন..
Share:

0 comments:

Post a Comment

Blog Archive