Thursday, June 21, 2012

কত গল ফাগুন


এই মাত্র ৰখাই দিয়া চিটি বাছ খনৰ পৰা নামিছে ফাগুন
মেলি দিয়া দীঘল ঘন ছুলীকোচা বতাহত নাচিছে
যেন কিবা কব খুজিছে
মুখত এটি মিছিকিয়া হাঁহি
কান্ধত কলেজৰ বেগ
পিন্ধনত ৰঙা বগা মিনি স্কাৰ্ট আৰু বগা চাৰ্ট
চকুৰ পলকতে নাই
কত গল ফাগুন ।

--------
Share:

0 comments:

Post a Comment

Blog Archive